അർത്ഥം : বাহিৰৰ ফালে টান বাকলি থকা এবিধ ডাঙৰ গোলাকাৰ ফল, যাৰ ভিতৰত মিঠা শাহ আৰু পানী থাকে!
ഉദാഹരണം :
তেওঁ ্ সদায় নাৰিকলৰ পানী খায়
പര്യായപദങ്ങൾ : নাৰিকেল
അർത്ഥം : খেজুৰ জাতিৰ এবিধ গছ যাৰ ডাঙৰ গোলাকাৰ ফলৰ ভিতৰত মিঠা পানী আৰু বগা মিঠা শাহ থাকে
ഉദാഹരണം :
এই জংঘলত নাৰিকল গছ বেছিকৈ আছে
പര്യായപദങ്ങൾ : নাৰিকল গছ