അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কোনো কামত বা কথাত মানা কৰা
ഉദാഹരണം : ন্যায়ালয়ৰ আদেশ অনুসৰি ৰাজহুৱা স্থানত ধুম-পান কৰা নিষেধ
പര്യായപദങ്ങൾ : নিবাৰণ, নিষেধ, বাধা, বাধা-নিষেধ, বাৰক, মানা, হাক, হাক-বচন
അർത്ഥം : স্বীকাৰ নকৰাৰ ভাব বা কার্য
ഉദാഹരണം : প্রধান শিক্ষকে মোৰ আবেদন পত্রত অসন্মতি প্রকাশ কৰিলে
പര്യായപദങ്ങൾ : অগ্রাহ্য, অননুমোদন, অনিচ্ছা, অমত, অমান্তি, অসন্মতি, অসমর্থন, আপত্তি, দ্বিমত, প্রত্যাখান, মানা
അർത്ഥം : কোনো কথা, বস্তু আদিক স্বীকাৰ নকৰা কার্য
ഉദാഹരണം : আপুনি মোৰ এই অনুৰোধ অস্বীকাৰ নকৰিব
പര്യായപദങ്ങൾ : অস্বীকাৰ
അർത്ഥം : যিটো স্বীকৃত নহয় বা স্বীকাৰ কৰা হোৱা নাই
ഉദാഹരണം : চৰকাৰে শ্রমিকসকলৰ দাবী খাৰিজ কৰিলে
പര്യായപദങ്ങൾ : অননুমোদিত, অস্বীকৃত, খাৰিজ, প্রত্যাখ্যাত
അർത്ഥം : যিয়ে সহমত পোৱা নাই
ഉദാഹരണം : এতিয়াও চৰকাৰে এই আঁচনিখন নামঞ্জুৰ কৰিলে
പര്യായപദങ്ങൾ : অসন্মতি, অস্বীকৃত, সহমতহীন
ഇൻസ്റ്റാൾ ചെയ്യുക