അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : ৰংগমঞ্চত অভিনেতাই কৰা অংগীভংগী, বেশভূষা আৰু কথোপকথন জৰিয়তে কৰা ঘটনাৰ প্রদর্শন
ഉദാഹരണം : গায়নৰ লগতে বাদনো নাট্য ক্ষেত্রত আৱশ্যক
പര്യായപദങ്ങൾ : নাট্য
അർത്ഥം : এবিধ সাহিত্যকৃতি যাক ৰংগমঞ্চত অভিনেতা-অভিনেত্রীৰ অঙ্গী-ভঙ্গী, কথোপকথন আদিৰ দ্বাৰা প্রদর্শিত কৰা হয়
ഉദാഹരണം : তেওঁ লিখা ভালেমান নাটক ৰংগমঞ্চত প্রদর্শিত হৈছে
പര്യായപദങ്ങൾ : নাট, নাটিকা, নাট্য
അർത്ഥം : কাৰোবাক ঠগিবৰ কাৰণে সজা ৰূপ বা কৰা কাম
ഉദാഹരണം : তেওঁ ্বেমাৰ হোৱাৰ ভাও জুৰি আছে
പര്യായപദങ്ങൾ : অভিনয়, ভাও জোৰা
ഇൻസ്റ്റാൾ ചെയ്യുക