അർത്ഥം : নাকৰ ছিদ্র
ഉദാഹരണം :
নাসাৰন্ধ্র চাফা নকৰিলে উশাহ লোৱাত কষ্ট হয়
പര്യായപദങ്ങൾ : নাকৰ বিন্ধা, নাসাৰন্ধ্র, নাসিকা বিবৰ
അർത്ഥം : নাকৰ অগ্রভাগত থকা বিন্ধা দুটা
ഉദാഹരണം :
তেওঁ ্ নাকৰ পাহিত নাকফুলি পিন্ধিছে
പര്യായപദങ്ങൾ : নাকটি, নাকডেওনা, নাকৰ পাহি, নাকৰ বিন্ধা, নাসাৰন্ধ্র, নাসিকাগ্র