അർത്ഥം : কোনো বস্তু কাম আদি নষ্ট হৈ যোৱা
ഉദാഹരണം :
তেওঁৰ ব্যৱসায় সম্পূর্ণৰূপে ডুবিল
പര്യായപദങ്ങൾ : ডুবা
അർത്ഥം : কোনো বস্তুৰ ৰূপ-গুণ কমি অহা বা সি ক্রমে আগৰ অৱস্থাৰ পৰা বেয়া হৈ অহা কার্য
ഉദാഹരണം :
এই যন্ত্রটো নষ্ট হৈ গʼল
പര്യായപദങ്ങൾ : অনিষ্ট হোৱা, বিকাৰ ঘটা, বিকৃত হোৱা