പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള নষ্ট কৰা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

নষ্ট কৰা   বিশেষ্য

അർത്ഥം : কোনো বস্তু আদিক নষ্ট কৰা কার্য

ഉദാഹരണം : পৰমেশ্বৰে শত্রুক ধ্বংস কৰিবৰ বাবে জন্ম লয়

പര്യായപദങ്ങൾ : ধ্বংস কৰা

নষ্ট কৰা   ক্ৰিয়া

അർത്ഥം : উচ্ছন্ন বা নষ্ট হোৱা

ഉദാഹരണം : ৰজাৰ সৈন্যই গাঁওবোৰ উছন কৰিলে

പര്യായപദങ്ങൾ : অনিষ্ট কৰা, উছন কৰা, উছন হোৱা, ছাৰখাৰ কৰা, ধ্বংস কৰা, নাশ কৰা, বিনাশ কৰা

അർത്ഥം : নষ্ট বা নিঃশেষ কৰা

ഉദാഹരണം : ঠাকুৰৰ পুতেকে জুৱাত বহুত টকা নষ্ট কৰিলে

പര്യായപദങ്ങൾ : ডুবোৱা, বৰবাদ কৰা

അർത്ഥം : কোনো বস্তু তৈয়াৰ কৰাৰ সময়ত এনে ধৰণৰ ভুল ত্রুটি হোৱা যাৰ কাৰণে বস্তুটো ভাল নহয় বুলি সকলোৱে মানি লয়

ഉദാഹരണം : দর্জীজনে মোৰ কাপোৰ যোৰ বেয়া কৰিলে

പര്യായപദങ്ങൾ : বেয়া কৰা

അർത്ഥം : ব্যক্তিৰ গুণ আদি নষ্ট কৰা

ഉദാഹരണം : অহংকাৰে মানুহক বর্বাদ কৰে

പര്യായപദങ്ങൾ : খোৱা, বর্বাদ কৰা