പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള নলা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

নলা   বিশেষ্য

അർത്ഥം : পানী বৈ যোৱা সৰু পথ বা সৰু জান

ഉദാഹരണം : জাবৰ-জোথৰ উটি অহাৰ ফলত নর্দম্াৰ মুখখন বন্ধ হৈ গʼল

പര്യായപദങ്ങൾ : নর্দম্া, নলী, লোৰ

അർത്ഥം : গোল-দীঘলীয়া ফোঁপোলা বস্তু

ഉദാഹരണം : তেওঁ ্ পাইপেৰে নাৰিকলৰ পানী খাই আছে

പര്യായപദങ്ങൾ : চুঙা, চুঙী, নল, নলিচা, নলী, পাইপ

അർത്ഥം : জলসিঞ্চন, যাত্রা আদিৰ কাৰণে সৰু নদীৰ নিচিনাকৈ ব্যৱস্থা কৰি লোৱা জলপথ

ഉദാഹരണം : পাহাৰীয়া ঠাইত জান কাটি উলিওৱাটো কঠিন

പര്യായപദങ്ങൾ : জান, লোৰ

അർത്ഥം : বৰষুণৰ পানী বৈ অহা জলপথ

ഉദാഹരണം : একেৰাহে বৰষুণ হোৱাৰ কাৰণে নলাবোৰ ওপচি পৰিছে

പര്യായപദങ്ങൾ : নলা-নর্দ্্মা

അർത്ഥം : যি নলীৰে লেতেৰা পানী আদি বৈ যায়

ഉദാഹരണം : ঘৰৰ নর্দ্্মাৰ পৰা ওলোৱা পানী গৈ বাটত একগোট হʼলে বেমাৰৰ উৎপন্ন হʼব পাৰে

പര്യായപദങ്ങൾ : নর্দ্্মা

അർത്ഥം : যাৰ মাজেদি বৰষুণৰ পানী বা ময়লা যুক্ত পানী বৈ যায়

ഉദാഹരണം : এই নলাটোৰ পানী চহৰৰ দূৰৈৰ এখন নদীত গৈ পৰিছে

പര്യായപദങ്ങൾ : নলা-নর্দ্্মা