അർത്ഥം : পৰীক্ষাৰ সকলো বিষয়তে লাভ কৰা নম্বৰৰ বিৱৰণ থকা তালিকা পত্র বিশেষ
ഉദാഹരണം :
মোৰ দশমমান শ্রেণীৰ নম্বৰ তালিকাখন কʼৰবাত হেৰাল
പര്യായപദങ്ങൾ : মার্কশ্বিট
അർത്ഥം : খেল আদিত সন্মিলিত হোৱা প্রতিযোগীসকলে লাভ কৰা নম্বৰৰ তালিকা বিশেষ
ഉദാഹരണം :
তিনিখন মেচত ন নম্বৰ লাভ কৰি ভাৰত নম্বৰ তালিকাত সকলোতকৈ শী্র্ষত আছে
പര്യായപദങ്ങൾ : নম্বৰ-তালিকা