പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള নজৰ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

নজৰ   বিশেষ্য

അർത്ഥം : চোৱা কার্য ্বা ঢং

ഉദാഹരണം : চাৱনি দেখিয়েই আমি বুজিলো যে তেওঁ বহুত খঙত আছে

പര്യായപദങ്ങൾ : চাৱনি, দৃষ্টি

അർത്ഥം : কোনো বস্তু বা ব্যক্তিক নির্দিষ্ট ঠাইৰ পৰা আঁতৰি নাযাবলৈ আৰু চোৱা-চিতা বা ৰক্ষণাবেক্ষণ দিবৰ কাৰণে নিযুক্ত কৰা প্রহৰীৰ কার্য

ഉദാഹരണം : প্রহৰীজনে ক্ষীপ্রতাৰে পহৰা দি আছে

പര്യായപദങ്ങൾ : চকিদাৰি, পহৰা

അർത്ഥം : কোনো ধুনীয়া বা প্রিয় মানুহ বা বস্তুৰ ওপৰত পৰা দৃষ্টি বা বেয়া প্রভাৱ

ഉദാഹരണം : মাকে শিশুটোক মানুহৰ নজৰৰ পৰা বচাবৰ বাবে কপালত কʼলা ফোট দিলে

പര്യായപദങ്ങൾ : কুদৃষ্টি, বেয়া নজৰ

അർത്ഥം : দোষ-গুণৰ সঠিক নি্র্ণয় ্কৰা দৃষ্টি

ഉദാഹരണം : তেওঁৰ ্নজৰ মানিব লাগিব