അർത്ഥം : কোনো নগৰত থকা লোক
ഉദാഹരണം :
নেতাৰ হত্যাৰ বিৰোধ গোটেই চহৰবাসীয়ে কৰি আছে
പര്യായപദങ്ങൾ : চহৰবাসী
അർത്ഥം : কোনো দেশৰ নিবাসী
ഉദാഹരണം :
ভাৰতত নাগৰিকৰ সুবিধাৰ কাৰণেই পাঁচবছৰীয়া যোজনাবিলাক চলোৱা হʼল
പര്യായപദങ്ങൾ : নাগৰিক
അർത്ഥം : যি নগৰত বাস কৰে বা নগৰত থাকে
ഉദാഹരണം :
গাঁৱলীয়া লোকতকৈ নগৰীয়া লোক বেছি শিক্ষিত
പര്യായപദങ്ങൾ : চহৰীয়া, নগৰ নিবাসী, নগৰীয়া