പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള নক্সা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

নক্সা   বিশেষ্য

അർത്ഥം : ঘৰ,ভৱন আদি সজাৰ পূর্বে ্তাৰ ভূমিৰ ওপৰত সাজিবলৈ লোৱা বেৰ, কোঠা আদি ৰেখাৰ সহায়ত অংকন কৰা চিত্র বিশেষ

ഉദാഹരണം : দেউতাই এই ঘৰটোৰ নক্সা নিজেই তৈয়াৰ কৰি লৈছে

പര്യായപദങ്ങൾ : আর্হি

അർത്ഥം : কোনো কামৰ আকাৰ-প্রকাৰ আদিৰ পৰিচায়ক হোৱাকৈ আনুমানিক পৰিমাপ কৰি বনোৱা এক ধৰণৰ ৰূপ বা কাঠামো

ഉദാഹരണം : যিকোনো কাম আৰম্ভ কৰাৰ পূর্বে ্তাৰ ৰূপৰেখা তৈয়াৰ কৰি লোৱা হয়

പര്യായപദങ്ങൾ : ৰূপৰেখা