പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള ধৰা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

ধৰা   বিশেষ্য

അർത്ഥം : ধৰা কার্য

ഉദാഹരണം : তেওঁৰ ্ধৰাটো ঢিলা হোৱা কাৰণেই মাছটো পানীত জপিয়াই পৰিল

അർത്ഥം : মনোভাব আদিক নিয়ন্ত্রণত ৰখা কার্য

ഉദാഹരണം : মায়ে ৰাতিপুৱাৰ পৰা ধৰা কথাটো দেউতা অহাৰ লগে লগেই উজাৰি দিলে

അർത്ഥം : মানুহ আৰু অন্যান্য জীৱ-জন্তুৱে বাস কৰা সৌৰজগতৰ এটি গ্রহ

ഉദാഹരണം : পৃথিৱী সূর্যৰ ্ চাৰিওফালে ঘূৰে

പര്യായപദങ്ങൾ : ইহজগত, জগত, জীৱলোক, ধৰণী, ধৰিত্রী, পৃথিৱী, বসুধা, বসুমতী, বিশ্ব, ভূ, ভূলোক, ভূৱন, মর্ত্য, মেদিনী

ধৰা   ক্ৰিয়া

അർത്ഥം : কিবা কৰি থকা কাৰোবাক কোনো বিশেষ কাৰণত বাধা দিয়া

ഉദാഹരണം : নিৰীক্ষকে নকল কৰি থকা পৰীক্ষার্থীক ধৰিলে

അർത്ഥം : আক্রান্ত হোৱা

ഉദാഹരണം : মোৰ বেয়াকৈ পানীলগাই ধৰিছে

അർത്ഥം : কʼৰবালৈ যাবৰ কাৰণে কোনো বাহন বা ৰাস্তাৰ ব্যৱহাৰ কৰা

ഉദാഹരണം : মুম্বাইলৈ যাবৰ কাৰণে মই দহ বজাৰ ৰেল ধৰিলো আমি তালৈ যাবৰ কাৰণে এখন ৰিক্সা লʼলোঁ

പര്യായപദങ്ങൾ : লোৱা

അർത്ഥം : কল্পনা কৰা

ഉദാഹരണം : আমি প্রশ্নৰ সমাধান কৰিবৰ কাৰণে ক আৰু খ-ক অজ্ঞাত ৰাশি স্থানত ধৰিছোঁ

പര്യായപദങ്ങൾ : কল্পনা কৰা, ধৰি লোৱা

അർത്ഥം : বতাহ, সেমেকা বতৰ আদিত ধাতু নষ্ট হোৱা অৱস্থা

ഉദാഹരണം : বৰষুণত লোহা মামৰে খায়

പര്യായപദങ്ങൾ : খোৱা

അർത്ഥം : কʼৰবালৈ যাবৰ বাবে বাহন আদিৰ ওচৰ পোৱা

ഉദാഹരണം : পলম হোৱাৰ কাৰণে আমি দহ বজাৰ বাচ ধৰিব নোৱাৰিলো

അർത്ഥം : কোনো বস্তু পৰি নোযোৱাকৈ বা এৰাব নোৱাৰাকৈ হাতত লোৱা কার্য

ഉദാഹരണം : ৰাস্তাটো পাৰ কৰাবৰ কাৰণে ককাদেউতাকে শিশুটোৰ হাতত ধৰিলে