അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যি ডাঙৰ সংখ্যাত বা বৃহৎ মাত্রাত হঠাৎ বা প্রচণ্ড ৰূপত ওলায় আহে
ഉദാഹരണം : তেওঁৰ মুখৰ পৰা ওলোৱা গালিৰ ধাৰা কমাই হোৱা নাই
പര്യായപദങ്ങൾ : ধাৰ, প্রবাহ
അർത്ഥം : বৈ যোৱা কার্য ্বা ভাব
ഉദാഹരണം : তেওঁ ্পানীৰ ্সোঁতত উটি গʼল
പര്യായപദങ്ങൾ : প্রবাহ, বেগ, সোঁত
അർത്ഥം : কোনো বিধান বা আইনী গ্রন্থৰ সেই অংশ যʼত কোনো এক অপৰাধ, বিষয় বা কামৰ বিষয়ে কোনো কথা কোৱা হৈছে বা লিখা আছে
ഉദാഹരണം : দফা ৪২০-ৰ অধীনত ঠগবাজিৰ শাস্তি বিহা হয়
പര്യായപദങ്ങൾ : দফা, নিয়ম
അർത്ഥം : এটাৰ পিছত এটা হৈ থকা ঘটনা বা একেলেথাৰিয়ে হৈ থকা বিচাৰ আদিৰ প্রভাৱশালী ক্রম
ഉദാഹരണം : কাব্যানুষ্ঠানত কবিতাৰ প্রবাহে শ্রোতাক বান্ধি ৰাখিছিল
പര്യായപദങ്ങൾ : প্রবাহ
അർത്ഥം : বৈ থকা বা প্রৱাহিত হৈ থকা দ্রৱ
ഉദാഹരണം : নদীৰ ্সোঁতক বাধাদি বান্ধ নির্মাণ কৰা হয়
പര്യായപദങ്ങൾ : ধাৰ, প্রৱাহ, সোঁত
ഇൻസ്റ്റാൾ ചെയ്യുക