പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള ধাউতি എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

ধাউতি   বিশেষ্য

അർത്ഥം : কোনো ফালে প্রবৃত্ত হোৱাৰ কার্য ্বা ভাৱ

ഉദാഹരണം : লʼৰাহঁতৰ কংগ্রেছৰ প্রতি ধাউতি আছে

അർത്ഥം : কোনো বস্তু বা কথা অনুসৰি কৰা কার্যৰ ্পৰা হোৱা পৰিণাম বা ফল

ഉദാഹരണം : আজিকালিৰ যুৱকসকলৰ ওপৰত পাশ্চাত্য সভ্যতাৰ অত্যধিক প্রভাৱ পৰিলক্ষিত হৈছে

പര്യായപദങ്ങൾ : অনুৰাগ, আসক্তি, জেদ, টান, প্রবৃত্তি, প্রভাৱ, প্রৱণতা, মাইৰ, স্পৃহা

അർത്ഥം : আসক্ত হোৱা ক্রিয়া বা ভাব

ഉദാഹരണം : তেওঁৰ আসক্তি প্রেমলৈ পৰিণত হʼল

പര്യായപദങ്ങൾ : অনুৰাগ, আসক্তি, ইচ্ছানুভূতি, টান, প্রবণতা, স্পৃহা, হাবিলাস, হাবিয়াহ

അർത്ഥം : প্রাকৃতিকভাৱে কোনো কাম আদিত হোৱা ধাউতি

ഉദാഹരണം : পঢ়াৰ প্রতি ধাউতি দেখি ্তেওঁক চহৰলৈ পঠোৱা হʼল

പര്യായപദങ്ങൾ : অভিৰুচি, আগ্রহ, ইচ্ছা, মন, হাবিলাস, হাবিয়াস, ৰুচি

അർത്ഥം : কোনো কথা কʼবৰ বা কোনো বস্তু পাবৰ কাৰণে ওপজা মনোবৃত্তি:মানুহৰ সকলো ইচ্ছাই পূর্ণ নহয় তেওঁৰ্ পঢ়াৰ প্রতি খুউব আগ্রহ

ഉദാഹരണം :

പര്യായപദങ്ങൾ : অভিপ্রায়, অভিলাষ, অভীপ্সা, আকাংক্ষা, আকুল, আকূতি, আগ্রহ, আশা, আশা-দশা, আশা-ভাৰসা, ইচ্ছা, ঈপ্সা, কামনা, খেয়াল, খেয়াল-খুচি, বাঞ্ছা, বাসনা, ভাৰসা, মন, মর্জি, মর্জ্জি, স্পৃহা, হাউচ, হাবিলাস, হাবিয়াস, হাবিয়াহ, হেঁ্পাহ