അർത്ഥം : শিশুৰ চোৱাচিতা কৰা দাসী
ഉദാഹരണം :
কাম-কাজত ব্যস্ত মহিলাসকলে নিজৰ শিশুৰ কাৰণে ধাই ৰাখে
അർത്ഥം : কেঁচুৱা জন্ম দিয়াত সহায়তা কৰা স্ত্রী
ഉദാഹരണം :
আজিকালি ্গাঁৱৰ ধাইসকলকো চৰকাৰী প্রশিক্ষণ দিয়া হয়
പര്യായപദങ്ങൾ : ধাই মাতৃ
അർത്ഥം : প্রসূতিৰ যতন আৰু সেৱা-শুশ্রূষা কৰা কৰা স্ত্রী
ഉദാഹരണം :
চিকিৎসকে প্রসূতিৰ চোৱা-চিতাৰ কাৰণে এগৰাকী ধাই নিযুক্ত কৰিলে
പര്യായപദങ്ങൾ : ধাত্রী