അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : শৰীৰৰ পৰা কলিজালৈ তেজ অনা-নিয়া কৰা নলী
ഉദാഹരണം : বেজে নাড়ী পৰীক্ষা কৰিছে
പര്യായപദങ്ങൾ : নাড়ী, শিৰা, সিৰ
അർത്ഥം : হৃদযন্ত্রৰ পৰা বিশুদ্ধ তেজ সমগ্র শৰীৰলৈ কঢ়িয়াই লৈ যোৱা ৰক্তবাহী নলী বিশেষ
ഉദാഹരണം : ধমনীত বিশুদ্ধ তেজ চলাচল কৰে
അർത്ഥം : শৰীৰত তন্তুময় সংযোগী শিৰাৰে গঠিত হোৱা সেই নলী যি পেশীক হাড় বা অন্য কোনো ভাগৰ সৈতে সংলগ্ন কৰি ৰাখে
ഉദാഹരണം : আমাৰ শৰীৰত গোৰোহাৰ পিছফালে সকলোতকৈ সবল সিৰাডাল আছে
പര്യായപദങ്ങൾ : নাড়ী, সিৰা
ഇൻസ്റ്റാൾ ചെയ്യുക