അർത്ഥം : ভয়, দুর্বল্্তা, জ্বৰ আদিৰ বাবে হৃদয় ধক-ধক কৰা বা স্পন্দিত হোৱা
ഉദാഹരണം :
ক্রোধিত হʼলে হৃদয় জোৰেৰে ধপধপায়
പര്യായപദങ്ങൾ : স্পন্দিত হোৱা
അർത്ഥം : ইফাল-সিফাল কৰি ধপধপ শ্্ব্দ কৰা
ഉദാഹരണം :
চৰাইবোৰে পাখিৰে ধপধপাই আছে
പര്യായപദങ്ങൾ : ধপধপাই থকা
അർത്ഥം : ভয়, উদ্বেগ আদিৰ কাৰণে হৃদয়ৰ গতি তীব্র হোৱা
ഉദാഹരണം :
পুলিচক দেখিয়েই চোৰটোৰ বুকু ধপধপাবলৈ ধৰিলে