അർത്ഥം : যি প্রক্রিয়াৰ দ্বাৰা বেলেগ বেলেগ দেশৰ মুদ্রাৰ তুলনামূলক মূল্য স্থিৰ কৰা হয় আৰু যাৰ দ্বাৰা পাৰস্পৰিক লেন-দেন পূৰ কৰা হয়
ഉദാഹരണം :
ভাৰত আৰু আমেৰিকাৰ মাজত মুদ্রা বিনিময়ৰ প্রচলন আছে
പര്യായപദങ്ങൾ : মুদ্রা বিনিময়, মুদ্রা-বিনিময়