അർത്ഥം : অনাহকত দোষ উলিওৱা কার্য
ഉദാഹരണം :
কোনো কোনোৱে দোষ-খুচৰি ভাল পায়
അർത്ഥം : দোষ উলিওৱা ব্যক্তি
ഉദാഹരണം :
দোষ-খোচৰাৰ দৃষ্টিৰ পৰা অতি সৰু কথাও সাৰি নাযায়
പര്യായപദങ്ങൾ : ছিদ্রান্বেষক, ছিদ্রান্বেষী
അർത്ഥം : আনৰ দোষ বিচাৰিফুৰোঁতা
ഉദാഹരണം :
দোষ-খোচৰা ব্যক্তিয়ে নিজৰ বেয়া স্বভাৱৰ বিষয়ে সদায় অজ্ঞতা প্রকাশ কৰে
പര്യായപദങ്ങൾ : ছিদ্রান্বেষী, দোষদর্শী