അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যিটো কামত নিয়ম উলংঘা কৰিলে কৰোতাক আইনমতে দণ্ড বিহিব পাৰে
ഉദാഹരണം : প্রকৃতি ধ্বংস কৰা এক অপৰাধ চোৰ কৰা এক অপৰাধ
പര്യായപദങ്ങൾ : অধর্ম, অপৰাধ, কলুষ, পাতক, পাপ
അർത്ഥം : দোষমুক্তিৰ বাবে বা ক্ষতিপূৰণৰ নিমিত্তে ন্যায়ালয়ত কৰা প্রার্থন্া
ഉദാഹരണം : অনুসন্ধানৰ অন্তত গম পোৱা গʼল যে তেওঁৰ ওপৰত লগোৱা অভিযোগটো মিছা
പര്യായപദങ്ങൾ : অনুযোগ, অভিযোগ, দায়ীকৰা-, দোষাৰোপ, দোষাৰোপণ, দোষীকৰা-, নালিছ
അർത്ഥം : যিটো গুণ ভাল নহয়
ഉദാഹരണം : মানুহে বদগুণৰ পৰা আঁতৰি থাকিব লাগে
പര്യായപദങ്ങൾ : কদভ্যাস, দুর্গুণ, বদগুণ, বদভ্যাস
ഇൻസ്റ്റാൾ ചെയ്യുക