അർത്ഥം : কোনো বস্তু বা কার্য আদিৰ ফালে ইংগিত কৰা
ഉദാഹരണം :
মায়ে মোক আকাশত ধ্রুৱ তৰাৰ স্থিতি দেখুৱালে
പര്യായപദങ്ങൾ : নির্দেশ ্কৰা
അർത്ഥം : কোনো ব্যক্তি, পদার্থ ্ বা কাম-কাজ আদিৰ ৰূপ-ৰং, আকাৰ-প্রকাৰ বা গুণ আদিৰ জ্ঞান লাভ কৰা
ഉദാഹരണം :
তেওঁৰ নতুন ঘৰটো আমাক দেখুৱালে
പര്യായപദങ്ങൾ : দর্শন ্ কৰা, দেখুৱা
അർത്ഥം : অনুভৱ কৰোৱা
ഉദാഹരണം :
ভাগ্যই আমাক বহুত বেয়া দিন দেখুৱালে
അർത്ഥം : * কৃত্রিমভাৱে প্রস্তুত কৰা বা দেখুওৱা বা আনৰ নিচিনাকৈ অভিনয় কৰা
ഉദാഹരണം :
শীলাই নিজকে অভিনেত্রী যেন দেখুৱায়
പര്യായപദങ്ങൾ : প্রদর্শন ্কৰা
അർത്ഥം : অনুসন্ধান বা নিৰীক্ষণ কৰা
ഉദാഹരണം :
আপুনি ৰোগীজনক ডাক্তৰক দেখুৱালে নেকি ?
അർത്ഥം : নিৰীক্ষণ কৰোৱা কার্য
ഉദാഹരണം :
প্রত্যক্ষদর্শীয়ে পুলিচক হত্যা হোৱা ঠাইখিনি দেখুৱালে
പര്യായപദങ്ങൾ : দেখুৱা