പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള দৃশ্য എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

দৃশ্য   বিশেষ্য

അർത്ഥം : নাটকৰ কোনো এক ঘটনাৰ অভিনীত বা মঞ্চস্থ ৰূপ যাক এটা অংক বা ভাগত বিভক্ত কৰা হয়

ഉദാഹരണം : নাটকৰ শেষ দৃশ্যতহে হত্যাকাৰী কোন গম পোৱা গʼল

അർത്ഥം : নাটকৰ এনেকুৱা এটা ৰূপ, যʼত কেতিয়াবা এটা খণ্ড বা কেইবাটাও খণ্ড থাকিব পাৰে:নাটকৰ দ্বিতীয় অংকত নায়িকাই নিজৰ বলিষ্ঠ অভিনয়েৰে দর্শকক মন্ত্র-মুগ্ধ কৰিলে

ഉദാഹരണം :

പര്യായപദങ്ങൾ : অংক, নাট্যাংক, নাট্যাংশ

അർത്ഥം : চকুৰ সন্মুখত থকা পদার্থ, ্ ঘটনা বা ঠাই

ഉദാഹരണം : সূর্যাস্তৰ দৃশ্য বৰ ধুনীয়া আছিল বৰষুণৰ কাৰণে বাহিৰৰ ছবিখন অস্পষ্ট হৈ আছিল

പര്യായപദങ്ങൾ : ছবি, পট