അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যিটো কুটিলতাৰে ভৰা বা দুঃসাধ্য
ഉദാഹരണം : যুধিষ্ঠিৰে যক্ষৰ কঠিন প্রশ্নৰ উত্তৰ দি নিজৰ ভায়েকৰ প্রাণ ৰক্ষা কৰিছিল
പര്യായപദങ്ങൾ : অসহজ, কঠিন, কঠোৰ, কষ্টসাধ্য, কুটিল, জটিল, টান, দুষ্কৰ, সুকঠিন
അർത്ഥം : যিটো কৰিবলৈ কঠিন
ഉദാഹരണം : হিমালয় পর্বত আৰোহণ কৰাটো কার্য
പര്യായപദങ്ങൾ : দুঃসাধ্য, দুষ্কৰ
അർത്ഥം : যʼত বহুত হেৰ-ফেৰ বা মেৰপেচ আছে আৰু সেই কাৰণেই সহজতে বুজা নাযায়
ഉദാഹരണം : এইটো দুর্বোধ্য বিষয়, ইয়াৰ সমাধান উলিওৱা সহজ নহয়
പര്യായപദങ്ങൾ : অসহজ, কঠিন, কঠোৰ, দুর্বোধ্য, দুষ্কৰ, বিচল
അർത്ഥം : যিটো সোনকালে বুজি পোৱা নাযায়
ഉദാഹരണം : এই কঠিন প্রশ্নটোৰ উত্তৰ প্রশ্নকর্তাক সোধাই ভাল হʼব
പര്യായപദങ്ങൾ : অবোধগম্য, কঠিন, টান
അർത്ഥം : যিটো গম্য নহয় বা যাব নোৱাৰা
ഉദാഹരണം : আমি ্ দুর্গম পথৰ পথিক
പര്യായപദങ്ങൾ : অগম্য, কঠিন, দুর্গম, দুর্গম্য, দুৰধিগম্য
ഇൻസ്റ്റാൾ ചെയ്യുക