അർത്ഥം : কোনো বস্তু আদি যিমান পৰিমাণৰ আছে তাতকৈ আৰু এগুণ অধিক মাত্রাৰ এক পৰিমাণ
ഉദാഹരണം :
দুইৰ দুগুণ চাৰি
അർത്ഥം : যিমান থাকে আৰু সিমান
ഉദാഹരണം :
যোৱা কিছু বছৰত মোৰ গাঁৱত নিবনুৱা দুগুণ বাঢ়িল
അർത്ഥം : যিমান আছে তাৰ সমপৰিমাণৰ আৰু অধিক
ഉദാഹരണം :
এই দোকানীজনে কিছুমান বস্তু দুগুণ দামত বিক্রী কৰি আছে