പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള দিয়া എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

দিয়া   ক্ৰিয়া

അർത്ഥം : খেল আদিত কোনো পইণ্ট বা লক্ষ্য প্রাপ্ত কৰা

ഉദാഹരണം : আমি দুগোল দিলোঁ

പര്യായപദങ്ങൾ : কৰা, বনোৱা

അർത്ഥം : আনৰ শৰীৰ বা শৰীৰৰ কোনো ভাগক কাপোৰ আদিৰে ঢকা কার্য

ഉദാഹരണം : দেউতাকে শুই থকা শিশুটোৰ গাত কাপোৰ দিলে

പര്യായപദങ്ങൾ : উৰি দিয়া, জাপি দিয়া

അർത്ഥം : কাৰোবাৰ ওপৰত দোষ আদি দিয়া

ഉദാഹരണം : তেওঁ নিজৰ দোষ মোৰ ওপৰত আৰোপ কৰিলে

പര്യായപദങ്ങൾ : আৰোপ কৰা, লগোৱা

അർത്ഥം : কাৰোবাক কিবা হস্তান্তৰ কৰা???

ഉദാഹരണം : অধ্যাপকজনে তেওঁক পুৰস্কাৰ দিছে

പര്യായപദങ്ങൾ : প্রদান কৰা

അർത്ഥം : কাৰোবাক দুখী কৰা বা কাৰোবাৰ হানি কৰা

ഉദാഹരണം : পুতেকে নিজৰ ঘৰ এৰি মাক-দেউতাকক বহুত দুখ দিলে

അർത്ഥം : * সুলভ বা উপল্্ব্ধ কৰা

ഉദാഹരണം : কʼৰবালৈ অহা-যোৱা কৰিবৰ কাৰণে আমি বাহনো দি্ওঁ

പര്യായപദങ്ങൾ : উপল্্ব্ধ থকা, প্রদান কৰা, সুলভ থকা