പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള দিন എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

দিন   বিশেষ্য

അർത്ഥം : হিন্দু পঞ্জিকাৰ ওপৰত আধাৰিত সপ্তাহৰ কোনো এটা দিন

ഉദാഹരണം : সোমবাৰ সপ্তাহৰ প্রথম দিন

പര്യായപദങ്ങൾ : অহ্ন, দিৱস, বাসৰ, বাৰ

അർത്ഥം : নিশ্চিত বা উচিত সময়

ഉദാഹരണം : আজি মোৰ লʼৰাটোৰ জন্ম দিন

പര്യായപദങ്ങൾ : দিৱস

അർത്ഥം : সূর্যোদয়ৰ পৰা সূর্যাস্তলৈকে সময়খিনি

ഉദാഹരണം : আজিৰ দিনটো মোৰ কাৰণে বৰ ভাল গৰমকালি দিন দীঘল হয়

പര്യായപദങ്ങൾ : অহ, অহ্ন, দিনা, দিবা, দিৱস, বাসৰ, বাৰ, ৰোজ

അർത്ഥം : ভাল সময়

ഉദാഹരണം : সকলোৰে সুদিন আহে

പര്യായപദങ്ങൾ : সুদিন

അർത്ഥം : এটা সূর্যোদয়ৰ পৰা আৰম্ভ কৰি অন্য এটা সূর্যোদয়ৰ মাজৰ সময়ছোৱা যাক চৌব্বিশ ঘণ্টা হিচাপে গণ্য কৰা হয়

ഉദാഹരണം : এদিনত আঠটা প্রহৰ থাকে

പര്യായപദങ്ങൾ : তিথি, দিৱস

അർത്ഥം : যি সময়ৰ মাজত কোনো বিশেষ কথা থাকে

ഉദാഹരണം : কলেজৰ দিনত আমি বহুত ফুর্তি কৰিছিলো

അർത്ഥം : শোৱাৰ পিছত কাম কৰাত পাৰ হোৱা চৌব্বিশ ঘণ্টাৰ মাজৰ বিশেষ সময়ছোৱা

ഉദാഹരണം : মোৰ দিন ৰাতিপুৱা চাৰি বজাৰ পৰা আৰম্ভ হয়

പര്യായപദങ്ങൾ : দিৱস

അർത്ഥം : সংস্কৃতিৰ ইতিহাসত সময় আৰু অৱস্থা আদিৰ দৃষ্টিৰে নিজৰ এক সুকীয়া বা মহত্বপূর্ণ ্ স্থান ৰাখি থৈ যোৱা নামাংকিত সময়

ഉദാഹരണം : মই আপোনাক বৈদিক যুগৰ এটা কাহিনী কʼম ???

പര്യായപദങ്ങൾ : কাল, যুগ