അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : হিন্দু পঞ্জিকাৰ ওপৰত আধাৰিত সপ্তাহৰ কোনো এটা দিন
ഉദാഹരണം : সোমবাৰ সপ্তাহৰ প্রথম দিন
പര്യായപദങ്ങൾ : অহ্ন, দিৱস, বাসৰ, বাৰ
അർത്ഥം : নিশ্চিত বা উচিত সময়
ഉദാഹരണം : আজি মোৰ লʼৰাটোৰ জন্ম দিন
പര്യായപദങ്ങൾ : দিৱস
അർത്ഥം : সূর্যোদয়ৰ পৰা সূর্যাস্তলৈকে সময়খিনি
ഉദാഹരണം : আজিৰ দিনটো মোৰ কাৰণে বৰ ভাল গৰমকালি দিন দীঘল হয়
പര്യായപദങ്ങൾ : অহ, অহ্ন, দিনা, দিবা, দিৱস, বাসৰ, বাৰ, ৰোজ
അർത്ഥം : ভাল সময়
ഉദാഹരണം : সকলোৰে সুদিন আহে
പര്യായപദങ്ങൾ : সুদিন
അർത്ഥം : এটা সূর্যোদয়ৰ পৰা আৰম্ভ কৰি অন্য এটা সূর্যোদয়ৰ মাজৰ সময়ছোৱা যাক চৌব্বিশ ঘণ্টা হিচাপে গণ্য কৰা হয়
ഉദാഹരണം : এদিনত আঠটা প্রহৰ থাকে
പര്യായപദങ്ങൾ : তিথি, দিৱস
അർത്ഥം : যি সময়ৰ মাজত কোনো বিশেষ কথা থাকে
ഉദാഹരണം : কলেজৰ দিনত আমি বহুত ফুর্তি কৰিছিলো
അർത്ഥം : শোৱাৰ পিছত কাম কৰাত পাৰ হোৱা চৌব্বিশ ঘণ্টাৰ মাজৰ বিশেষ সময়ছোৱা
ഉദാഹരണം : মোৰ দিন ৰাতিপুৱা চাৰি বজাৰ পৰা আৰম্ভ হয়
അർത്ഥം : সংস্কৃতিৰ ইতিহাসত সময় আৰু অৱস্থা আদিৰ দৃষ্টিৰে নিজৰ এক সুকীয়া বা মহত্বপূর্ণ ্ স্থান ৰাখি থৈ যোৱা নামাংকিত সময়
ഉദാഹരണം : মই আপোনাক বৈদিক যুগৰ এটা কাহিনী কʼম ???
പര്യായപദങ്ങൾ : কাল, যুগ
ഇൻസ്റ്റാൾ ചെയ്യുക