അർത്ഥം : টকা-পইচা সংগ্রহ কৰা পাত্র বিশেষ
ഉദാഹരണം :
তেওঁ ্সদায় দানপাত্রত দহ টকা দিয়ে
പര്യായപദങ്ങൾ : দান-পাত্র
അർത്ഥം : লোহা বা কাঠেৰে সজা একধৰণৰ বাকচ যাক সার্বজনীন বা ৰাজহুৱা স্থান আদিত দান কৰা ধন ৰাখিবৰ কাৰণে থোৱা হয়
ഉദാഹരണം :
তেওঁ ্দানপাত্রত এশ টকা দিলে
പര്യായപദങ്ങൾ : দান-পাত্র
അർത്ഥം : দান পোৱা উপযুক্ত ব্যক্তি
ഉദാഹരണം :
দান সদায় দানপাত্রতহে দিয়া উচিত