പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള দলিওৱা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

দলিওৱা   ক্ৰিয়া

അർത്ഥം : দলিয়াই দিয়া

ഉദാഹരണം : তেওঁক ্ৰেলগাড়ীৰ পৰা দলিয়ালে

അർത്ഥം : কোনো বস্তু জ্বলাবৰ কাৰণে জুইত পেলাই দিয়া

ഉദാഹരണം : আহাৰ তৈয়াৰ কৰাৰ সময়ত সীতাই বাৰে-বাৰে ভুচি আদি চৌকাটোত ভৰাই আছিল

പര്യായപദങ്ങൾ : নিক্ষেপ কৰা, পেলাই দিয়া, ভৰোৱা

അർത്ഥം : জোৰেৰে কোনো বস্তু আঁতৰোৱা বা দূৰলৈ পঠিওৱা

ഉദാഹരണം : ডাষ্টবিনত জাবৰ পেলোৱা হয়

പര്യായപദങ്ങൾ : দলিয়া, নিক্ষেপ কৰা, পেলোৱা

അർത്ഥം : কোনো বস্তু, ব্যক্তি বা কোনো অংশক জোৰেৰে ওখ ঠাইৰ পৰা তলৰফালে পেলোৱা

ഉദാഹരണം : লʼৰাটোৱে খেলনাটো দলিয়ালে

പര്യായപദങ്ങൾ : লদিওৱা

അർത്ഥം : আনৰ হতুৱাই দলিয়া

ഉദാഹരണം : মালিকনীয়ে চাকৰণীৰ হতুৱাই জাবৰ দলিওৱালে