അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কোনো কথা আদি ভালদৰে বুজাৰ শক্তি বা তাৰ ভাল জ্ঞান
ഉദാഹരണം : এই বিষয়ত ্তেওঁৰ ্ভাল দখল আছে
പര്യായപദങ്ങൾ : দক্ষতা
അർത്ഥം : যিহৰ আধাৰত কোনো বস্তু নিজৰ ওচৰত ৰখা অথবা কাৰোবাৰ পৰা লোৱা বা খুজিব পৰা যায়
ഉദാഹരണം : এই সম্পত্তিৰ ওপৰত সীতাৰো অধিকাৰ আছে
പര്യായപദങ്ങൾ : অধিকাৰ, স্বত্ব, হক
അർത്ഥം : কোনো স্থান বা কথাৰ ওচৰ পোৱাৰ শক্তি বা সামর্থ্য
ഉദാഹരണം : এইটো কাম মোৰ সামর্থ্যৰ বাহিৰৰ ্তেওঁৰ প্রধানমন্ত্রীলৈকে হাত আছে
പര്യായപദങ്ങൾ : সামর্থ্য, হাত
ഇൻസ്റ്റാൾ ചെയ്യുക