അർത്ഥം : কঠিনতাৰে কৰা বহুত ভাল কাম
ഉദാഹരണം :
শচীনে ক্রিকেট খেলত বহুত অভিজ্ঞতা লাভ কৰিলে
പര്യായപദങ്ങൾ : অভিজ্ঞতা
അർത്ഥം : কাৰোবাৰ অন্তর্নিহিত বৌদ্ধিক শক্তি
ഉദാഹരണം :
চাকৰি দিয়াৰ আগতে প্রার্থীসকলৰ দক্ষতা পৰীক্ষা কৰা হয়
പര്യായപദങ്ങൾ : কুশলতা
അർത്ഥം : কোনো কথা আদি ভালদৰে বুজাৰ শক্তি বা তাৰ ভাল জ্ঞান
ഉദാഹരണം :
এই বিষয়ত ্তেওঁৰ ্ভাল দখল আছে
പര്യായപദങ്ങൾ : দখল