അർത്ഥം : মৌন ৰূপেৰে
ഉദാഹരണം :
আপুনি ইয়াত মনে মনে বহি থাকক
പര്യായപദങ്ങൾ : অগোচৰে, অজ্ঞাতসাৰে, অপ্রকাশ্যে, আঁতে আঁতে, আঁৰলে-নিৰলে, আঁৰে আঁৰে, আলচুলকৈ, কোনেও নজনাকৈ, গুপ্তভাৱে, গোপনে, চুপ-চাপ, চুপে-চাপে, চোৰাংকৈ, টিপতে, ঠাৰে-চিয়াঁৰে, ঠাৰে-ঠোৰে, তলে তলে, থুপে থাকে, থোপে-গোপে, পেটে পেটে, ভিতৰি ভিতৰি, ভিতৰে ভিতৰে, মনে মনে, লুকঢাককৈ, লুকাই লুকাই, লুকাই-চুৰকৈ, শান্তভাৱে, সংগোপনে, সংগোপে, সুত কৰে, সুতুক কৰে, সুৰুক কৰে