അർത്ഥം : ছিঁৰালৰ নিচিনা এবিধ পানীৰ পৰিমাণ বেছি থকা ফল
ഉദാഹരണം :
খেতিয়কে বালি মাটিত তৰমুজৰ খেতি কৰিছে
പര്യായപദങ്ങൾ : তর্মুজ
അർത്ഥം : এবিধ লতাজাতীয় গছৰ পৰা পোৱা গোলকাৰ খাদ্যফল
ഉദാഹരണം :
গৰমত তৰমুজ বেছিকৈ পোৱা যায়
അർത്ഥം : একপ্রকাৰৰ ডাঙৰ, গোলাকাৰ লাওজাতীয় খাদ্যোপযোগী ফল
ഉദാഹരണം :
নদীৰ পাৰত বহুত তৰমুজৰ গছ আছে
പര്യായപദങ്ങൾ : তৰবুজ
അർത്ഥം : এবিধ ডাঙৰ, শকত আৰু গোলাকাৰ ফল যাৰ মঙহ ৰঙা আৰু গুটি কʼলা ৰঙৰ
ഉദാഹരണം :
গৰমৰ দিনত তৰমুজ বহুত পোৱা যায়