അർത്ഥം : যি লিপিত তামিল ভাষা লিখা হয়
ഉദാഹരണം :
তামিল হৈয়ো তেওঁ ্তামিল পঢ়িব নোৱাৰে
പര്യായപദങ്ങൾ : তামিল লিপি
അർത്ഥം : বহু প্রাচীনকালৰ পৰা দক্ষিণ ভাৰত আৰু শ্রীলংকাত তামিলসকলে কৈ অহা এক দ্রাবিড় ভাষা
ഉദാഹരണം :
তেওঁলোক দুজনে তামিলত কথা পাতি আছে
പര്യായപദങ്ങൾ : তামিল ভাষা
അർത്ഥം : তামিলনাডুৰ নিবাসী
ഉദാഹരണം :
ভালেমান তামিল মোৰ ভাল বন্ধু
അർത്ഥം : তামিল ভাষাৰ সৈতে সম্বন্ধ থকা বা তামিল ভাষাৰ
ഉദാഹരണം :
তামিল সাহিত্য বহুত উন্নত
അർത്ഥം : তামিলনাডুৰ সৈতে সম্বন্ধ থকা
ഉദാഹരണം :
বুৰঞ্জীবিদসকলে তামিল সভ্যতা আৰু সংস্কৃতিক ভাৰতবর্ষৰ ্আটাইতকৈ পুৰণি সংস্কৃতি হিচাপে গণ্য কৰে
അർത്ഥം : তামিলনাডুত থকা বা বসতি কৰা
ഉദാഹരണം :
তামিল লোকসকলে পুঙ্গল বৰ উলহ-মালহেৰে পালন কৰে