അർത്ഥം : কাৰোবাৰ পৰা নিজৰ প্রাপ্য ধন আদায় কৰিবলৈ বা আৱশ্যকীয় কাম কৰিবলে স্মৰণ কৰোৱা কার্য
ഉദാഹരണം :
কেইবাবাৰো তাগিদা দিয়াৰ পিছতো তেওঁ ্মোৰ পইচাখিনি নিদিলে
പര്യായപദങ്ങൾ : খটিয়নি
അർത്ഥം : এনেকুৱা অনুৰোধ বা আদেশ যাক পালনৰ কাৰণে বাৰম্বাৰ কৈ থকা হৈছে
ഉദാഹരണം :
মালিকে চাকৰক তাগিদা দিলে যে বলদহালক কেৱল ভুচিহে খুৱাব লাগে
പര്യായപദങ്ങൾ : তাগাদা