പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള তলা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

তলা   বিশেষ্য

അർത്ഥം : নিৰাপদৰ কাৰণে বাকচ, আলমাৰি, ঘৰ-দুৱাৰ আদিৰ খাৰুৱাত লগোৱা এবিধ ধাতুৰ সৰঞ্জাম

ഉദാഹരണം : চাবিপাত হেৰুৱা কাৰণে মই বাকচটোৰ তলা ভাগিব লগীয়া হʼল

പര്യായപദങ്ങൾ : তলা-চাবি

അർത്ഥം : বহু তৰপীয়া ঘৰৰ ওপৰ-তল হিচাপত সজা কোঠাৰ স্তৰ

ഉദാഹരണം : মোৰ ঘৰ সাত নম্বৰ মহলাত আছে

പര്യായപദങ്ങൾ : ফ্লʼৰ, মহলা

അർത്ഥം : কিছুমান আভূষণৰ মূৰত জোৰা লগোৱাৰ কাৰণে বা বন্ধ কৰিবৰ কাৰণে ব্যৱহাৰ কৰা পেচযুক্ত বস্তু বিশেষ

ഉദാഹരണം : কাণফুলিৰ পেচটো কʼৰবাত সৰি পৰিল

പര്യായപദങ്ങൾ : পেচ

তলা   বিশেষণ

അർത്ഥം : মহলা বা খলপাযুক্ত

ഉദാഹരണം : মহানগৰত বহুমহলীয়া ঘৰ বহুত দেখিবলৈ পোৱা যায়

പര്യായപദങ്ങൾ : মহলীয়া