അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : জলাশয়ৰ তলৰ ভূমি
ഉദാഹരണം : এই নদীখনৰ তলি ভাগ ফটফটীয়াকৈ দেখিবলৈ পোৱা গৈছে
പര്യായപദങ്ങൾ : তলি
അർത്ഥം : কোনো সামগ্রীৰ ভিতৰৰ ফালে থকা তলৰ অংশ
ഉദാഹരണം : লোটাটোৰ তলিত গেদ জমা হৈছে
അർത്ഥം : কোনো বস্তুৰ ওপৰৰ বা বাহিৰৰ বিস্তাৰিত অংশ
ഉദാഹരണം : গৰমৰ দিনত পানীৰ স্তৰ তললৈ নামি যায়
പര്യായപദങ്ങൾ : স্তৰ
അർത്ഥം : কোনো বস্তুৰ আধাৰত ৰৈ থকা তলৰ অংশ
ഉദാഹരണം : এই কেৰাহীখনৰ তলীখন ডাঠ
പര്യായപദങ്ങൾ : তলী
ഇൻസ്റ്റാൾ ചെയ്യുക