അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কমৰৰ ঠিক তলৰ তথা উৰুৰ ওপৰত থকা দেহাংশ
ഉദാഹരണം : দুর্ঘ্্টনাত তেওঁৰ তপিনা ক্ষতিগ্রস্ত হʼল
പര്യായപദങ്ങൾ : নিতম্ব, শ্রোণী
അർത്ഥം : তলপেটৰ তলৰ কঁ্কাল আৰু উৰুৰ সন্ধি স্থল
ഉദാഹരണം : মোৰ তপিনাত বিষ হৈছে
പര്യായപദങ്ങൾ : টিকা
അർത്ഥം : কঁ্কালৰ তলৰ পিছফালে থকা ওখ অংশ
ഉദാഹരണം : তেওঁৰ নিতম্বত এটা ফোঁহা হৈছে
പര്യായപദങ്ങൾ : কটি, টিকা, নিতম্ব, পশ্চাৎ দেশ, শ্রোণী
ഇൻസ്റ്റാൾ ചെയ്യുക