അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : প্রাকৃতিক অথবা কৃত্রিম কাৰণত উৎপন্ন হোৱা কোনো বস্তুৰ লহৰ যি কোনো শৰীৰ বা বাতাৱৰণত প্রৱাহিত হৈ থাকে
ഉദാഹരണം : বিদ্যুততো তৰঙ্গ থাকে
പര്യായപദങ്ങൾ : তৰংগ, তৰঙ্গ, লহৰ
അർത്ഥം : নদী, সাগৰ আদিৰ পানীভাগ লাহে-লাহে দূৰৰ পৰা ৰৈ ৰৈ ওপৰলৈ উঠি পুনৰ তললৈ নামি সমান্তৰালভাৱে সৃষ্টি কৰা এক ৰূপ
ഉദാഹരണം : সাগৰৰ ঢৌবোৰ শিলত খুন্দা খাই ওপৰলৈ উঠি গৈছে
പര്യായപദങ്ങൾ : উর্মি, কল্লোল, তৰংগ, তৰঙ্গ, লহৰ, লহৰী, হিল্লোল
അർത്ഥം : জ্বলিলে বা পুৰিলে চালত পানী জমা হৈ ফুলি উঠা অংশ
ഉദാഹരണം : জুইয়ে পোৰাত মোহনৰ গাত ঠায়ে ঠায়ে জোলা বান্ধিছে
പര്യായപദങ്ങൾ : জোলা, ঢোপ, পানীজোলা, স্ফোটক
ഇൻസ്റ്റാൾ ചെയ്യുക