അർത്ഥം : ঢলং-পলং কৰা বা অস্থিৰ হোৱা অৱস্থা
ഉദാഹരണം :
মোহনৰ ঢলং-পলঙৰ পৰাই গম পোৱা গৈছে যে সি নিচাত আছে
അർത്ഥം : ঢৌৰ দৰে লৰি থকা কার্য ্বা ভাব
ഉദാഹരണം :
মই ৰাষ্টাৰ দাঁতিত থিয় হৈ থকা মদাহীটোৱে নিচাত ঢলং-পলং কৰি থকা আৰু সৰি পৰা চাই আছিলোঁ