അർത്ഥം : সেনাৰ যুদ্ধ কৰা নিয়মৰ অভ্যাস
ഉദാഹരണം :
সৈনিকসকলে সদায় কুচ-কাৱাজ কৰিব লাগে
പര്യായപദങ്ങൾ : কুচ-কাৱাজ
അർത്ഥം : বিজুলী প্রবাহৰ দ্বাৰা চলা এক ধৰণৰ ভেদক যন্ত্র
ഉദാഹരണം :
এই পকী দেৱালখনত বিন্ধা উলিয়াবৰ কাৰণে মোক এটা ড্রিলৰ প্রয়োজন হৈছে
പര്യായപദങ്ങൾ : ড্রিল মেচিন, ড্রিলিং মেচিন