അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : পানী বা আন কোনো তৰল পদার্থত সম্পূর্ণৰূপে সোমাই যোৱা:ধুমুহাৰ কাৰণেই জাহাজখন পানীত ডুবিল
ഉദാഹരണം :
പര്യായപദങ്ങൾ : বুৰা
അർത്ഥം : কোনো বস্তু কাম আদি নষ্ট হৈ যোৱা
ഉദാഹരണം : তেওঁৰ ব্যৱসায় সম্পূর্ণৰূপে ডুবিল
പര്യായപദങ്ങൾ : নষ্ট হোৱা
അർത്ഥം : ডুব যোৱা
ഉദാഹരണം : পশ্চিমত মাৰ যোৱা সূর্য পূৱত উদয় হয়
പര്യായപദങ്ങൾ : অস্ত, মাৰ যোৱা
ഇൻസ്റ്റാൾ ചെയ്യുക