അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : যিজন জ্ঞান আদিৰ দৃষ্টিত সকলোতকৈ ওপৰৰ
ഉദാഹരണം : এই সন্মিলনত ভালেমান মহান পণ্ডিতে অংশ গ্রহণ কৰিব
പര്യായപദങ്ങൾ : মহান
അർത്ഥം : যি বয়সত ডাঙৰ
ഉദാഹരണം : ৰাম দশৰথৰ জ্যেষ্ঠ পুত্র আছিল
പര്യായപദങ്ങൾ : জ্যেষ্ঠ
അർത്ഥം : যিটো দৈর্ঘ্যৰ সৈতে যুক্ত
ഉദാഹരണം : এই পায়জামাটো বহুত দীঘল
പര്യായപദങ്ങൾ : দীঘল, লম্বা
അർത്ഥം : বহুত ডাঙৰ
ഉദാഹരണം : নি্র্বাচনত তেওঁৰ বৃহৎ পৰাজয় হʼল তেওঁ বিপুল সফলতা লাভ কৰিলে
പര്യായപദങ്ങൾ : প্রভূত, বিপুল, বিৰাট, বৃহৎ
അർത്ഥം : বহুত গভীৰ পৰিণতিযুক্ত
ഉദാഹരണം : হত্যা এক ঘোৰ অপৰাধ
പര്യായപദങ്ങൾ : ঘোৰ, ভীষণ, ভয়ংকৰ
അർത്ഥം : মাত্রা, আকাৰ, বিস্তাৰ আদিত কিহবাৰ তুলনাত অধিক
ഉദാഹരണം : মোৰ ঘৰটো বহুত ডাঙৰ
ഇൻസ്റ്റാൾ ചെയ്യുക