അർത്ഥം : আমেৰিকা, কানাডা আদি দেশত প্রচলিত মুদ্রা
ഉദാഹരണം :
ডলাৰৰ মূল্য টকাৰ হিচাপত বাঢ়িহে গৈ আছে
അർത്ഥം : বার্মু্দাত প্রচলিত মুদ্রা
ഉദാഹരണം :
তোমাৰ ওচৰত কিমান বার্মুদিয়ান ডলাৰ আছে ?
പര്യായപദങ്ങൾ : বার্মুদিয়ান ডলাৰ
അർത്ഥം : হংকঙত প্রচলিত মুদ্রা
ഉദാഹരണം :
এক হংকং ডলাৰ ভাৰতীয় ছটকা মূল্যৰ সমান হয়
പര്യായപദങ്ങൾ : হংকং ডলাৰ
അർത്ഥം : অষ্ট্রেলিয়াত প্রচলিত মুদ্রা
ഉദാഹരണം :
মোৰ ওচৰত কিছু অষ্ট্রেলিয়ান ডলাৰ আছে
പര്യായപദങ്ങൾ : অষ্ট্রেলিয়ান ডলাৰ
അർത്ഥം : আমেৰিকাত প্রচলিত মুদ্রা
ഉദാഹരണം :
এক আমেৰিকান ডলাৰ ভাৰতীয় পঞ্চাশ টকাৰ সমান
പര്യായപദങ്ങൾ : আমেৰিকান ডলাৰ, ইউ এচ ডলাৰ
അർത്ഥം : বাহামাত চলা মুদ্রা
ഉദാഹരണം :
এই সপ্তাহত বাহামিয়ান ডলাৰৰ মূল্যত বৃদ্ধি হৈছে
പര്യായപദങ്ങൾ : বাহামিয়ান ডলাৰ