പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള ঠিক কৰা എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

ঠিক কৰা   ক্ৰিয়া

അർത്ഥം : ভগা-চিগা বস্তু পুনৰ সঠিক ৰূপত গঢ়া

ഉദാഹരണം : ঘড়ীমিস্ত্রীজনে ঘড়ী মেৰামতি কৰি আছে

പര്യായപദങ്ങൾ : বাতা, মেৰামতি কৰা

അർത്ഥം : দোষ-ত্রুতি আদি দূৰ কৰি ঠিক বা ভাল অৱস্থালৈ অনা বা কামৰ কাৰণে যোগ্য কৰি তোলা কার্য

ഉദാഹരണം : শিক্ষক মহোদয়ে আমি লিখা লেখাবোৰ সংশোধন কৰি দিছে

പര്യായപദങ്ങൾ : ভাল কৰা, শুদ্ধ কৰা, সংশোধন কৰা, সংস্কাৰ কৰা

അർത്ഥം : ভাড়াত কোনো যান-বাহন আদি লোৱা

ഉദാഹരണം : আমি বিদ্যালয়লৈ যাবৰ কাৰণে এখন টেক্সি ঠিক কৰিলোঁ

പര്യായപദങ്ങൾ : লোৱা

അർത്ഥം : কোনো কাম আৰম্ভণিৰ পৰা সমাপ্তিৰ ফালে লৈ যোৱা

ഉദാഹരണം : এই কামটো নিষ্পত্তি কৰি লোৱা, তাৰ পিছত আন কাম কৰিবা

പര്യായപദങ്ങൾ : কৰা, নিষ্পত্তি কৰা, শেষ কৰা, সম্পাদন কৰা

അർത്ഥം : কোনো কার্য আদিৰ কাৰণে কথা ঠিক কৰা

ഉദാഹരണം : তেওঁ ঘৰটোৰ বন্দোবস্তি সস্তাত ঠিক কৰিলে