അർത്ഥം : ঠিকনা বা স্থান সূচোৱা কোনো বিশেষ কথা যাৰ যোগেদি কাৰোবাৰ ওচৰত পাব পাৰি
ഉദാഹരണം :
মই তেওঁৰ ঠিকনা বিচাৰি ইয়াত পালোঁহি
അർത്ഥം : কোনো ঠাই বা ব্যক্তি আদিক লগ পাবৰ বাবে দিয়া নির্দেশ ্ বা চিঠি আদিত লিখিত কাৰোবাৰ নাম আৰু বসবাস কৰা ঠাই আদি
ഉദാഹരണം :
ভুল ঠিকনা লিখা কাৰণে ডাকোৱালে বেলেগৰ চিঠি আমাৰ ঘৰত দি গʼল