അർത്ഥം : খুব ভালকৈ ভৰি থকা
ഉദാഹരണം :
এই মোনাটো সূতাৰে ঠাহ খাই আছে
അർത്ഥം : ভৰি থকা ঠাইত জোৰ-জবৰদস্তি সোমাই যোৱা
ഉദാഹരണം :
ৰামমোহন আৰু সোহনৰ মাজত ঠাহ খাই আছে
അർത്ഥം : যʼত কিবা আছে (বিশেষকৈ ওজন বুজোৱাত)
ഉദാഹരണം :
ফলেৰে ভৰি থকা ডালটো দোঁ খাই আছে
പര്യായപദങ്ങൾ : ভর্তি হোৱা, ভৰি থকা