അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : এক অমূর্ত্ত ্মানসিক স্থান
ഉദാഹരണം : মোৰ হৃদয়ত তেওঁৰ ্কাৰণে বিশেষ ঠাই আছে
പര്യായപദങ്ങൾ : স্থান
അർത്ഥം : নিশ্চিত বা নির্দিষ্ট স্থান
ഉദാഹരണം : ঘৰত কোনো বস্তু নিজৰ ঠাইত নাথাকে
പര്യായപദങ്ങൾ : ঠিকনা
അർത്ഥം : যি নির্দিষ্ট ভূভাগত কোনো ঘৰ, প্রাকৃতিক শোভা বা কোনো বিশেষ কাৰণ আছে
ഉദാഹരണം : কাশী হিন্দুসকলৰ ধর্মীয় স্থান
പര്യായപദങ്ങൾ : ক্ষেত্র, জেগা, থল, থান, প্রদেশ, ভূমি, স্থল, স্থান
അർത്ഥം : কোনো বস্তু বা অৱয়বৰ ওপৰ অংশ বা তল ভাগ
ഉദാഹരണം : তেওঁৰ শৰীৰৰ ভালেমান ঠাইত তিল আছে
പര്യായപദങ്ങൾ : অৱস্থান, জাগা, জেগা
അർത്ഥം : এক বিশেষ স্থিতি
ഉദാഹരണം : আপুনি মোৰ ঠাইত হোৱা হʼলে কি কৰিলেহেঁতেন
പര്യായപദങ്ങൾ : জেগা
ഇൻസ്റ്റാൾ ചെയ്യുക