അർത്ഥം : যি যন্ত্রৰ দ্বাৰা গান, ভাষণ আদি টেপ কৰিব পৰা যায় বা শুনিব পৰা যায়
ഉദാഹരണം :
তেওঁ দিনৰ দিনটো টেপ শুনি থাকে
പര്യായപദങ്ങൾ : টেপ-ৰেকর্ডাৰ
അർത്ഥം : চুম্বকীয় ফিটাযুক্ত এবিধ সামগ্রী যি ধ্বনি বা ভিডিঅʼ ্ৰেকর্ড ্কৰা বা শুনাৰ কামত আহে
ഉദാഹരണം :
মোৰ ওচৰত লতা আৰু ৰফীৰ সকলো গানৰ কেছেট আছে
പര്യായപദങ്ങൾ : কেছেট
അർത്ഥം : চুম্বকীয় ফিটাৰ ওপৰত ৰেকর্ড ্কৰা কার্য
ഉദാഹരണം :
তেওঁ নিজৰ সন্তানৰ কলকলনি টেপ কৰি থʼলে