പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള টেপ എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

টেপ   বিশেষ্য

അർത്ഥം : যি যন্ত্রৰ দ্বাৰা গান, ভাষণ আদি টেপ কৰিব পৰা যায় বা শুনিব পৰা যায়

ഉദാഹരണം : তেওঁ দিনৰ দিনটো টেপ শুনি থাকে

പര്യായപദങ്ങൾ : টেপ-ৰেকর্ডাৰ

അർത്ഥം : দূৰত্ব জোখা এক মাপক

ഉദാഹരണം : তেওঁ ফিটাৰে পথটো জুখি আছে

പര്യായപദങ്ങൾ : ফিটা

അർത്ഥം : যিডাল ধাতুৰ নলীৰে চহৰ-নগৰৰ ঘৰে ঘৰে খোৱাপানী, গা-ধোৱা পানী আহে

ഉദാഹരണം : এতিয়ালৈকে পানী-নলীত পানী অহাই নাই

പര്യായപദങ്ങൾ : নলী, পানী-নলী

അർത്ഥം : চুম্বকীয় ফিটাযুক্ত এবিধ সামগ্রী যি ধ্বনি বা ভিডিঅʼ ্ৰেকর্ড ্কৰা বা শুনাৰ কামত আহে

ഉദാഹരണം : মোৰ ওচৰত লতা আৰু ৰফীৰ সকলো গানৰ কেছেট আছে

പര്യായപദങ്ങൾ : কেছেট

അർത്ഥം : চুম্বকীয় ফিটাৰ ওপৰত ৰেকর্ড ্কৰা কার্য

ഉദാഹരണം : তেওঁ নিজৰ সন্তানৰ কলকলনি টেপ কৰি থʼলে