അംഗമാകുക
പേജ് വിലാസം ക്ലിപ്ബോർഡിലേക്ക് പകർത്തുക.
അർത്ഥം : কোনো বস্ত্র বা পোছাক তৈয়াৰ কৰিবৰ বাবে বনোৱা সিমান পৰিমাণৰ কাপোৰ
ഉദാഹരണം : শীলাই বজাৰৰ পৰা এটা ব্লাউজৰ পীচ কিনিলে
പര്യായപദങ്ങൾ : খণ্ড, পীচ
അർത്ഥം : কোনো অংগ বা অবয়বৰ এক, যাৰ সংযোগত বিভিন্ন বস্তু তৈয়াৰ কৰা হয়
ഉദാഹരണം : এই যন্ত্রটোৰ সকলো খণ্ডই যন্ত্রালয়ত তৈয়াৰ কৰা
പര്യായപദങ്ങൾ : অংগ, অংশ, খণ্ড, বিভাগ, ভাগ
അർത്ഥം : যিকোনো বস্তুৰ গোটা টুকুৰা
ഉദാഹരണം : এই মন্দিৰটো ডাঙৰ ডাঙৰ শিলাখণ্ডেৰে নির্মিত এই মন্দিৰটো শিলৰ ডাঙৰ ডাঙৰ টুকুৰাৰে নির্মিত
പര്യായപദങ്ങൾ : খণ্ড
അർത്ഥം : বৃত্ত বা পিণ্ডৰ নিচিনা ডাঙৰ গোলাকাৰ বস্তু
ഉദാഹരണം : শিশুটোৱে বৰফৰ টুকুৰা খাই আছে
അർത്ഥം : ফল আদিৰ কটা বা ফালি থোৱা খণ্ড
ഉദാഹരണം : তেওঁ আপেলটোৰ চাৰি টুকুৰা কৰিলে
പര്യായപദങ്ങൾ : খণ্ড, ভাগ
ഇൻസ്റ്റാൾ ചെയ്യുക