പേജിന്റെ വിലാസം പകർത്തുക ട്വിറ്ററിൽ പങ്കിടുക വാട്ട്സ്ആപ്പിൽ പങ്കിടുക ഫേസ്ബുക്കിൽ പങ്കിടുക
ഗൂഗിൾ പ്ലേയിൽ കയറുക
പര്യായപദങ്ങളും വിപരീതപദങ്ങളും ഉള്ള অসমীয়া എന്ന നിഘണ്ടുവിൽ നിന്നുള്ള টান എന്ന വാക്കിന്റെ അർത്ഥവും ഉദാഹരണവും.

টান   বিশেষ্য

അർത്ഥം : কোনো বস্তু বা কথা অনুসৰি কৰা কার্যৰ ্পৰা হোৱা পৰিণাম বা ফল

ഉദാഹരണം : আজিকালিৰ যুৱকসকলৰ ওপৰত পাশ্চাত্য সভ্যতাৰ অত্যধিক প্রভাৱ পৰিলক্ষিত হৈছে

പര്യായപദങ്ങൾ : অনুৰাগ, আসক্তি, জেদ, ধাউতি, প্রবৃত্তি, প্রভাৱ, প্রৱণতা, মাইৰ, স্পৃহা

അർത്ഥം : আসক্ত হোৱা ক্রিয়া বা ভাব

ഉദാഹരണം : তেওঁৰ আসক্তি প্রেমলৈ পৰিণত হʼল

പര്യായപദങ്ങൾ : অনুৰাগ, আসক্তি, ইচ্ছানুভূতি, ধাউতি, প্রবণতা, স্পৃহা, হাবিলাস, হাবিয়াহ

টান   বিশেষণ

അർത്ഥം : যিটো মোলায়েম নহয়

ഉദാഹരണം : মথোতে ভাল নোহোৱাৰ বাবে খুর্মাখিনি টান হৈ পৰিল

പര്യായപദങ്ങൾ : কঠিন, ্কর্কৰীয়া

അർത്ഥം : যিটো কুটিলতাৰে ভৰা বা দুঃসাধ্য

ഉദാഹരണം : যুধিষ্ঠিৰে যক্ষৰ কঠিন প্রশ্নৰ উত্তৰ দি নিজৰ ভায়েকৰ প্রাণ ৰক্ষা কৰিছিল

പര്യായപദങ്ങൾ : অসহজ, কঠিন, কঠোৰ, কষ্টসাধ্য, কুটিল, জটিল, দুষ্কৰ, দুৰূহ, সুকঠিন

അർത്ഥം : যিজনৰ স্বভাৱত কোমলতা নাই:আমাৰ দেউতা বহুততেই উগ্র স্বভাৱৰ

ഉദാഹരണം :

പര്യായപദങ്ങൾ : উগ্র, কঠোৰ, কর্কশ, হুঁ়টা

അർത്ഥം : যিটো শুনাত খহটা

ഉദാഹരണം : কাউৰীৰ মাত কঠুৱা সীতাই নিজৰ সন্তানক কেতিয়াও টান কথা নকয়

പര്യായപദങ്ങൾ : কঠিন, কঠুৱা, কর্কশ, হুঁট্া, ্কালনজীয়া

അർത്ഥം : যিটো সোনকালে বুজি পোৱা নাযায়

ഉദാഹരണം : এই কঠিন প্রশ্নটোৰ উত্তৰ প্রশ্নকর্তাক সোধাই ভাল হʼব

പര്യായപദങ്ങൾ : অবোধগম্য, কঠিন, দুৰূহ